Assamese: Miscellaneous (gk)
Q. এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰটিৰ নাম কি?
A. ডিগবৈ তেল শোধনাগাৰ
B. জামনগৰ তেল শোধনাগাৰ
C. নুমলীগড় তেল শোধনাগাৰ
(A) ডিগবৈ তেল শোধনাগাৰ
Q. কিমান চনত অসমৰ ছিলেট জিলা পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) অন্তর্ভুক্ত হয়?
A. ১৯৪৫ চনত
B. ১৯৪৬ চনত
C. ১৯৪৭ চনত
(C) ১৯৪৭ চনত
A. ১৯৪৫ চনত
B. ১৯৪৬ চনত
C. ১৯৪৭ চনত
(C) ১৯৪৭ চনত
Q. ডিগবৈ তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত?
A. ডিব্ৰুগড়
B. যোৰহাট
C. তিনিচুকীয়া
(C) তিনিচুকীয়া
A. ডিব্ৰুগড়
B. যোৰহাট
C. তিনিচুকীয়া
(C) তিনিচুকীয়া
Q. কোনখন চহৰ " City of India" বুলি কোৱা হয় ?
A. ডিব্ৰুগড়
B. যোৰহাট
C. গুৱাহাটী
(A) ডিব্ৰুগড়
A. ডিব্ৰুগড়
B. যোৰহাট
C. গুৱাহাটী
(A) ডিব্ৰুগড়
Q. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো?
A. ডিগবৈ তেল শোধনাগাৰ
B. বঙাইগাঁও তেল শোধনাগাৰ
C. নুমলীগড় তেল শোধনাগাৰ
(A) ডিগবৈ তেল শোধনাগাৰ
Read more......
A. ডিগবৈ তেল শোধনাগাৰ
B. বঙাইগাঁও তেল শোধনাগাৰ
C. নুমলীগড় তেল শোধনাগাৰ
(A) ডিগবৈ তেল শোধনাগাৰ
Read more......
Q. "অ' মোৰ আপোনাৰ দেশ"ক আনুষ্ঠানিকভাৱে কেতিয়া অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে?
A. ১৯৪৮ চনৰ ১৫ ডিচেম্বৰত
B. ১৯৮৫ চনৰ ১৫ ডিচেম্বৰত
C. ২০১৩ চনৰ ১৫ ডিচেম্বৰত
(C) ২০১৩ চনৰ ১৫ ডিচেম্বৰত
Read more......
A. ১৯৪৮ চনৰ ১৫ ডিচেম্বৰত
B. ১৯৮৫ চনৰ ১৫ ডিচেম্বৰত
C. ২০১৩ চনৰ ১৫ ডিচেম্বৰত
(C) ২০১৩ চনৰ ১৫ ডিচেম্বৰত
Read more......
Q. Assam Accord কোন তাৰিখে স্বাক্ষৰিত হৈছিল ?
A. 15th August, 1985
B. 25th August, 1985
C. 5th August, 1985
(A) 15th August, 1985
A. 15th August, 1985
B. 25th August, 1985
C. 5th August, 1985
(A) 15th August, 1985
Q. বৰ্তমান ৰাজ্যসভাৰ স্পীকাৰজনৰ নাম কি?
A) Jagdeep Dhankhar
B) Muppavarapu Venkaiah Naidu
C) Mohammad Hamid Ansari
(A) Jagdeep Dhankhar
চেক ফৰ আপডে’ট
A) Jagdeep Dhankhar
B) Muppavarapu Venkaiah Naidu
C) Mohammad Hamid Ansari
(A) Jagdeep Dhankhar
চেক ফৰ আপডে’ট
Q. বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন?
A) Leonard Stone
B) Holiram Deka
C) Vijay Bishnoi
(C) Vijay Bishnoi
চেক ফৰ আপডে’ট
A) Leonard Stone
B) Holiram Deka
C) Vijay Bishnoi
(C) Vijay Bishnoi
চেক ফৰ আপডে’ট
Q. ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
A) দয়ানন্দ সৰস্বতী
B) স্বামী বিবেকানন্দ
C) ৰাজা ৰাম মোহন ৰায়
(B) স্বামী বিবেকানন্দ
A) দয়ানন্দ সৰস্বতী
B) স্বামী বিবেকানন্দ
C) ৰাজা ৰাম মোহন ৰায়
(B) স্বামী বিবেকানন্দ
Q. Gateway of Indian ক'ত অৱস্থিত?
A) নতুন দিল্লী
B) মুম্বাই
C) কলকাতা
(B) মুম্বাই
A) নতুন দিল্লী
B) মুম্বাই
C) কলকাতা
(B) মুম্বাই
Q. ভাৰতৰত্ন লাভ কৰা একমাত্ৰ ক্ৰীড়াবিদ কোন?
A) পি টি উষা
B) শচীন তেণ্ডুলকাৰ
C) মিলখা সিং
(B) শচীন তেণ্ডুলকাৰ
A) পি টি উষা
B) শচীন তেণ্ডুলকাৰ
C) মিলখা সিং
(B) শচীন তেণ্ডুলকাৰ
Q. প্রথম ‘ভাৰতৰত্ন’ বিজয়ী মহিলা গৰাকী কোন আছিল?
A. ইন্দিৰা গান্ধী
B. কল্পনা চাওলা
C. সৰোজিনী নাইডু
(A) ইন্দিৰা গান্ধী
A. ইন্দিৰা গান্ধী
B. কল্পনা চাওলা
C. সৰোজিনী নাইডু
(A) ইন্দিৰা গান্ধী
Q. গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?
A. 1947
B. 1955
C. 1948
(C) 1948
A. 1947
B. 1955
C. 1948
(C) 1948
Q. UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?
A. পেৰিছ
B. নিউয়ৰ্ক
C. জেনেভা
(A) পেৰিছ
A. পেৰিছ
B. নিউয়ৰ্ক
C. জেনেভা
(A) পেৰিছ
Q. পঞ্জাৱ কেশৰী কোন?
A. লালা লাজপত ৰায়
B. গোপাল কৃষ্ণ গোখলে
C. বাল গংগাধৰ তিলক
(A) লালা লাজপত ৰায়
A. লালা লাজপত ৰায়
B. গোপাল কৃষ্ণ গোখলে
C. বাল গংগাধৰ তিলক
(A) লালা লাজপত ৰায়
Q. 'ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
A. জৱাহৰলাল নেহৰু
B. চি. ৰাজাগোপালচাৰী
C. ৰাজেন্দ্ৰ প্ৰসাদ
(B) চি. ৰাজাগোপালচাৰী।
A. জৱাহৰলাল নেহৰু
B. চি. ৰাজাগোপালচাৰী
C. ৰাজেন্দ্ৰ প্ৰসাদ
(B) চি. ৰাজাগোপালচাৰী।
Q. ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
A. যমুনা
B. গোদাবৰী
C. দামোদৰ নদী
(C) দামোদৰ নদী।
A. যমুনা
B. গোদাবৰী
C. দামোদৰ নদী
(C) দামোদৰ নদী।
Q. কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?
A. বুধ
B. শুক্ৰ
C. মংগল
(B) শুক্ৰ।
A. বুধ
B. শুক্ৰ
C. মংগল
(B) শুক্ৰ।
Q. অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
A. আনন্দ চন্দ্ৰ আগৰৱালা
B. ৰঘুনাথ চৌধাৰী
C. তৰুণৰাম ফুকন
(A) আনন্দ চন্দ্ৰ আগৰৱালা
A. আনন্দ চন্দ্ৰ আগৰৱালা
B. ৰঘুনাথ চৌধাৰী
C. তৰুণৰাম ফুকন
(A) আনন্দ চন্দ্ৰ আগৰৱালা
Q. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি
A. ফিৰিঙতি
B. জয়মতী
C. ভাইটী
(C) ভাইটী
A. ফিৰিঙতি
B. জয়মতী
C. ভাইটী
(C) ভাইটী
Q. কৰ্কটক্ৰান্তি ৰেখাই উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্যক স্পৰ্শ কৰিছে?
মিজোৰাম আৰু ত্রিপুৰা ।
মিজোৰাম আৰু ত্রিপুৰা ।
Q. কোনবিধ মৌচুমী বতাহৰ বাবে ভাৰতত গ্ৰীষ্মকালিন বৰষুণ হয়?
দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে
দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে
Q. ভাৰতৰ মান সময় গ্ৰীণ উইচ মান সময়তকৈ কিমান আগবঢ়া?
চাৰে পাঁচ ঘন্টা
চাৰে পাঁচ ঘন্টা
Q. দক্ষিণ ভাৰতৰ বৃহত্তম নদীখনৰ নাম কি?
গোদাবৰী
গোদাবৰী
Q. মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল?
A. গোপীনাথ বৰদলৈ
B. লাল বাহাদুৰ শাস্ত্ৰী
C. ড° ভীমৰাও আম্বেদকাৰ
(B) লাল বাহাদুৰ শাস্ত্ৰী
A. গোপীনাথ বৰদলৈ
B. লাল বাহাদুৰ শাস্ত্ৰী
C. ড° ভীমৰাও আম্বেদকাৰ
(B) লাল বাহাদুৰ শাস্ত্ৰী
Q. ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?
A. আকবৰ
B. হুমায়ুন
C. ছাহজাহান
(C) ছাহজাহান
A. আকবৰ
B. হুমায়ুন
C. ছাহজাহান
(C) ছাহজাহান
Q. NEFT ৰ সম্পূৰ্ণ ৰূপ হ’ল-
National Electronic Fund Transfer.
National Electronic Fund Transfer.
প্ৰশ্ন :- “RTGS” ৰ সম্পূৰ্ণ ৰূপ হ’ল-
Real Time Gross Settlement
Real Time Gross Settlement
Q. “অসম সৰ্বশিক্ষা অভিযান মিচন” প্ৰতিষ্ঠা হৈছিল-
A. 2001 চনত
B. 2000 চনত
C. 1999 চনত
(A) 2001 চনত
A. 2001 চনত
B. 2000 চনত
C. 1999 চনত
(A) 2001 চনত
Q. কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল
A. ঘটকাসুৰ
B. ৰত্নাসুৰ
C. হটকাসুৰ
(A) ঘটকাসুৰ
A. ঘটকাসুৰ
B. ৰত্নাসুৰ
C. হটকাসুৰ
(A) ঘটকাসুৰ
Q. কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়সৰ নিম্ন সীমা 21 ৰ পৰা 18 কৰা হয়-
A. 59 নং সংশোধনী
B. 61 নং সংশোধনী
C. 60 নং সংশোধনী
(B) 61 নং সংশোধনী
A. 59 নং সংশোধনী
B. 61 নং সংশোধনী
C. 60 নং সংশোধনী
(B) 61 নং সংশোধনী
Q. ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?
A. ইউৰেনাচ
B. শুক্ৰ
C. মঙ্গল
(C) মঙ্গল
A. ইউৰেনাচ
B. শুক্ৰ
C. মঙ্গল
(C) মঙ্গল
Q. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
A. শৰাইঘাটৰ ৰণ
B. ইটাখুলিৰ ৰণ
C. মোৱামৰীয়া ৰণ
(B) ইটাখুলিৰ ৰণ
A. শৰাইঘাটৰ ৰণ
B. ইটাখুলিৰ ৰণ
C. মোৱামৰীয়া ৰণ
(B) ইটাখুলিৰ ৰণ
Q. অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-
A. লীলাধৰ বৰুৱা
B. নবীন চন্দ্ৰ বৰদলৈ
C. তৰুণৰাম ফুকন
(A) লীলাধৰ বৰুৱা
A. লীলাধৰ বৰুৱা
B. নবীন চন্দ্ৰ বৰদলৈ
C. তৰুণৰাম ফুকন
(A) লীলাধৰ বৰুৱা
Q. “বকুল বনৰ কবি” হ’ল-
A. আনন্দ চন্দ্ৰ বৰুৱা
B. অমিয় কুমাৰ দাস
C. নবীন চন্দ্ৰ বৰদলৈ
(A) আনন্দ চন্দ্ৰ বৰুৱা
A. আনন্দ চন্দ্ৰ বৰুৱা
B. অমিয় কুমাৰ দাস
C. নবীন চন্দ্ৰ বৰদলৈ
(A) আনন্দ চন্দ্ৰ বৰুৱা
Q. অসমৰ চাহ নিলাম কেন্দ্ৰ ক’ত অৱস্থিত-……
A. যোৰহাট
B. গুৱাহাটী
C. ডিব্ৰুগড়
(B) গুৱাহাটী
A. যোৰহাট
B. গুৱাহাটী
C. ডিব্ৰুগড়
(B) গুৱাহাটী
Q. উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ’ল-
A. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
B. নামদফা ৰাষ্ট্ৰীয় উদ্যান
C. লামজাও ৰাষ্ট্ৰীয় উদ্যান
(B) নামদফা ৰাষ্ট্ৰীয় উদ্যান
A. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
B. নামদফা ৰাষ্ট্ৰীয় উদ্যান
C. লামজাও ৰাষ্ট্ৰীয় উদ্যান
(B) নামদফা ৰাষ্ট্ৰীয় উদ্যান
Q. ভ্ৰাম্যমাণ থিয়েটাৰ ৰ জনক কোন?
A. অচ্যুত লহকৰ
B. নিপ বৰুৱা
C. ফণী শৰ্মা
(A) অচ্যুত লহকৰ
A. অচ্যুত লহকৰ
B. নিপ বৰুৱা
C. ফণী শৰ্মা
(A) অচ্যুত লহকৰ
Q. "Evening star” বুলি কোনটো গ্ৰহক কোৱা হয়-
A. মংগল
B. শুক্ৰ
C. বুধ
(B) শুক্ৰ
A. মংগল
B. শুক্ৰ
C. বুধ
(B) শুক্ৰ
Q. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল।
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল।
Q. কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।
আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।
Q. আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?
আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল ছোমদেউ।
আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল ছোমদেউ।
Q. কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
কেপ্তেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল।
কেপ্তেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল।
Q. অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।
অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।
Q. অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?
A. আৰ. জি. বৰুৱা
B. ভোগেশ্বৰ বৰুৱা
C. তোষেশ্বৰ দত্ত
(A) আৰ. জি. বৰুৱা
A. আৰ. জি. বৰুৱা
B. ভোগেশ্বৰ বৰুৱা
C. তোষেশ্বৰ দত্ত
(A) আৰ. জি. বৰুৱা
Q. ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?
A. আৰ. জি. বৰুৱা
B. কল্যান চৌবে
C. নুৰুল আমিন
(C) নুৰুল আমিন
A. আৰ. জি. বৰুৱা
B. কল্যান চৌবে
C. নুৰুল আমিন
(C) নুৰুল আমিন
Q. কোন তাৰিখত ‘অসমত ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?
A. ১৭ অক্টোবৰ
B. ১৭ জুলাই
C. ১৭ নবেম্বৰ
(A) ১৭ অক্টোবৰ
A. ১৭ অক্টোবৰ
B. ১৭ জুলাই
C. ১৭ নবেম্বৰ
(A) ১৭ অক্টোবৰ
Q. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
A. শ্ৰীমন্ত শংকৰদেৱক
B. শ্ৰী শ্ৰী মাধৱদেৱক
C. লক্ষ্মীনাথ বেজবৰুৱাক
(A) শ্ৰীমন্ত শংকৰদেৱক
A. শ্ৰীমন্ত শংকৰদেৱক
B. শ্ৰী শ্ৰী মাধৱদেৱক
C. লক্ষ্মীনাথ বেজবৰুৱাক
(A) শ্ৰীমন্ত শংকৰদেৱক
Q. অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?
A. শ্ৰীমন্ত শংকৰদেৱক
B. শ্ৰী শ্ৰী মাধৱদেৱক
C. লক্ষ্মীনাথ বেজবৰুৱাক
(A) শ্ৰীমন্ত শংকৰদেৱক
A. শ্ৰীমন্ত শংকৰদেৱক
B. শ্ৰী শ্ৰী মাধৱদেৱক
C. লক্ষ্মীনাথ বেজবৰুৱাক
(A) শ্ৰীমন্ত শংকৰদেৱক
Q. অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন ?
A. ভট্টদেৱ
B. কমলাকান্ত ভট্টাচাৰ্য্য
C. লক্ষ্মীনাথ বেজবৰুৱা
(C) লক্ষ্মীনাথ বেজবৰুৱা
A. ভট্টদেৱ
B. কমলাকান্ত ভট্টাচাৰ্য্য
C. লক্ষ্মীনাথ বেজবৰুৱা
(C) লক্ষ্মীনাথ বেজবৰুৱা
Q. অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?
A. কুঁহিপাত
B. অসমীয়া ল’ৰাৰ মিত্ৰ
C. সাহিত্য সৌৰভ
(B) অসমীয়া ল’ৰাৰ মিত্ৰ, আনন্দৰাম ঢেকীয়াল ফুকন,১৮৪১
A. কুঁহিপাত
B. অসমীয়া ল’ৰাৰ মিত্ৰ
C. সাহিত্য সৌৰভ
(B) অসমীয়া ল’ৰাৰ মিত্ৰ, আনন্দৰাম ঢেকীয়াল ফুকন,১৮৪১
Q. অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?
A. ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)
B. আত্মাৰাম শৰ্মা
C. চন্দ্ৰকুমাৰ আগৰৱালা
(A) ভট্টদেৱ
A. ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)
B. আত্মাৰাম শৰ্মা
C. চন্দ্ৰকুমাৰ আগৰৱালা
(A) ভট্টদেৱ
Q. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
A. বনকুঁৱৰী
B. ককাদেউতা আৰু নাতি ল'ৰা
C. সুৰভি
(C) সুৰভি
A. বনকুঁৱৰী
B. ককাদেউতা আৰু নাতি ল'ৰা
C. সুৰভি
(C) সুৰভি
Q. কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমুৰ্তি বুলি কোৱা হয় ?
A. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম বৰুৱা
B. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্যোতিপ্ৰসাদআগৰৱালা
C. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
(C) লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
A. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম বৰুৱা
B. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্যোতিপ্ৰসাদআগৰৱালা
C. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
(C) লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
Q. ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিং সকলৰ উৎসৱৰ নাম কি ?
A. আলি আয়ে লৃগাং
B. বৈশাগু
C. জোনবিল মেলা
(A) আলি আয়ে লৃগাং
A. আলি আয়ে লৃগাং
B. বৈশাগু
C. জোনবিল মেলা
(A) আলি আয়ে লৃগাং
Q. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
A. যতীন্দ্ৰ নাথ দুৱৰা
B. পদ্মনাথ গোহাঞিবৰুৱা
C. লক্ষ্মীনাথ বেজবৰুৱা
(A) যতীন্দ্ৰ নাথ দুৱৰা
A. যতীন্দ্ৰ নাথ দুৱৰা
B. পদ্মনাথ গোহাঞিবৰুৱা
C. লক্ষ্মীনাথ বেজবৰুৱা
(A) যতীন্দ্ৰ নাথ দুৱৰা
Q. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
A. হেমচন্দ্ৰ বৰুৱা
B. ৰবিন্সন
C. যতীন্দ্ৰ নাথ দুৱৰা
(B) ৰবিন্সন, "গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ" (১৮৩৯)
A. হেমচন্দ্ৰ বৰুৱা
B. ৰবিন্সন
C. যতীন্দ্ৰ নাথ দুৱৰা
(B) ৰবিন্সন, "গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ" (১৮৩৯)
Q. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
A. ৰবিন্সন
B. ব্ৰনচন
C. হেমচন্দ্ৰ বৰুৱা
(B) ব্ৰনচন, ১৮৬৭
A. ৰবিন্সন
B. ব্ৰনচন
C. হেমচন্দ্ৰ বৰুৱা
(B) ব্ৰনচন, ১৮৬৭
Q. প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
A. চিহ্নযাত্ৰা
B. চিৰাজ
C. নিমাতী কন্যা
(A) চিহ্নযাত্ৰা
A. চিহ্নযাত্ৰা
B. চিৰাজ
C. নিমাতী কন্যা
(A) চিহ্নযাত্ৰা
Q. চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
A. ভূপেন হাজৰিকা
B. জাহ্নু বৰুৱা
C. ফণী শৰ্মা
(C) ফণী শৰ্মা
A. ভূপেন হাজৰিকা
B. জাহ্নু বৰুৱা
C. ফণী শৰ্মা
(C) ফণী শৰ্মা
Q. 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. অম্বিকাগিৰী ৰায়চৌধুৰী
C. নৱকান্ত বৰুৱা
(B) অম্বিকাগিৰী ৰায়চৌধুৰী
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. অম্বিকাগিৰী ৰায়চৌধুৰী
C. নৱকান্ত বৰুৱা
(B) অম্বিকাগিৰী ৰায়চৌধুৰী
Q. অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?
A. বিষ্ণুপ্ৰসাদ ৰাভা
B. মিত্ৰদেৱ মহন্ত
C. লক্ষ্মীনাথ বেজবৰুৱা
(B) মিত্ৰদেৱ মহন্ত
A. বিষ্ণুপ্ৰসাদ ৰাভা
B. মিত্ৰদেৱ মহন্ত
C. লক্ষ্মীনাথ বেজবৰুৱা
(B) মিত্ৰদেৱ মহন্ত
Q. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
A. ল'ৰাবন্ধু
B. সঁফুৰা
C. মৌচাক
(A) ল'ৰাবন্ধু
A. ল'ৰাবন্ধু
B. সঁফুৰা
C. মৌচাক
(A) ল'ৰাবন্ধু
Q. কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
A. ১৯৬৪ চন
B. ১৯৬১ চন
C. ১৯৬০ চন
(C) ১৯৬০ চন
A. ১৯৬৪ চন
B. ১৯৬১ চন
C. ১৯৬০ চন
(C) ১৯৬০ চন
Q. সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
A. ২০০০ চন
B. ২০০১ চন
C. ২০০২ চন
(A) ২০০০ চন
A. ২০০০ চন
B. ২০০১ চন
C. ২০০২ চন
(A) ২০০০ চন
Q. “মমতাৰ চিঠি” কবিতাটিৰ কবি কোন?
A. হেম বৰুৱা
B. চন্দ্ৰকুমাৰআগৰৱালা
C. নৱকান্ত বৰুৱা
(A) হেম বৰুৱা
A. হেম বৰুৱা
B. চন্দ্ৰকুমাৰআগৰৱালা
C. নৱকান্ত বৰুৱা
(A) হেম বৰুৱা
Q. ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বটা বিজয়ী অসমৰ পৰা:
A. ড০ প্ৰণৱজ্যোতি ডেকা
B. নন্দেশ্বৰ দৈমাৰী
C. A আৰু B দুয়োটা শুদ্ধ
(C) A আৰু B দুয়োটা শুদ্ধ
Click for more information
Buy: শ্ৰেষ্ঠ গল্প (ড০ প্ৰণৱজ্যোতি ডেকা)
A. ড০ প্ৰণৱজ্যোতি ডেকা
B. নন্দেশ্বৰ দৈমাৰী
C. A আৰু B দুয়োটা শুদ্ধ
(C) A আৰু B দুয়োটা শুদ্ধ
Click for more information
Buy: শ্ৰেষ্ঠ গল্প (ড০ প্ৰণৱজ্যোতি ডেকা)
Q. এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
A. ভূমধ্য সাগৰ (Mediterranean sea)
B. লােহিত সাগৰ (Red sea)
C. কাস্পিয়ান সাগৰ (Caspian sea)
(B) লােহিত সাগৰ (Red sea)
A. ভূমধ্য সাগৰ (Mediterranean sea)
B. লােহিত সাগৰ (Red sea)
C. কাস্পিয়ান সাগৰ (Caspian sea)
(B) লােহিত সাগৰ (Red sea)
Q. এছিয়া আৰু ইউৰােপ মহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে?
A. কাস্পিয়ান সাগৰ
B. ইউৰাল পর্বতমালা
C. ককেচাচ পর্বত
(B) ইউৰাল পর্বতমালা
A. কাস্পিয়ান সাগৰ
B. ইউৰাল পর্বতমালা
C. ককেচাচ পর্বত
(B) ইউৰাল পর্বতমালা
Q. ব্রাজিলৰ ৰাজধানী কি?
A. ৰিও ডি জেনেইৰো
B. লিমা
C. হাৰাৰা(Harare)
D. ব্ৰাজিলিয়া (Brasilia)
(D) ব্ৰাজিলিয়া (Brasilia)
A. ৰিও ডি জেনেইৰো
B. লিমা
C. হাৰাৰা(Harare)
D. ব্ৰাজিলিয়া (Brasilia)
(D) ব্ৰাজিলিয়া (Brasilia)
Buy: Assam year book 2024 (অসমীয়া version)
Buy: Assam year book 2024 (English version)
Q. পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
A. হিমালয়, এচিয়া।
B. ৰকি পৰ্বতমালা, উত্তৰ আমেৰিকা ।
C. এণ্ডিজ পর্বতমালা, দক্ষিণ আমেৰিকা।
(C) এণ্ডিজ পর্বতমালা, দক্ষিণ আমেৰিকা।
A. হিমালয়, এচিয়া।
B. ৰকি পৰ্বতমালা, উত্তৰ আমেৰিকা ।
C. এণ্ডিজ পর্বতমালা, দক্ষিণ আমেৰিকা।
(C) এণ্ডিজ পর্বতমালা, দক্ষিণ আমেৰিকা।
Q. আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
A. এচিয়া
B. আফ্ৰিকা
C. এণ্টাৰ্কটিকা
(B) আফ্ৰিকা
A. এচিয়া
B. আফ্ৰিকা
C. এণ্টাৰ্কটিকা
(B) আফ্ৰিকা
Q. বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
A. ৫ খন
B. ৬ খন
C. ৭ খন
(A) ৫ খন
মহাসাগৰ কেইখনৰ নাম হ'ল- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
A. ৫ খন
B. ৬ খন
C. ৭ খন
(A) ৫ খন
মহাসাগৰ কেইখনৰ নাম হ'ল- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
Q. বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
A. ৬ খন
B. ৭ খন
C. ১০ খন
(B) ৭ খন
মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা।
A. ৬ খন
B. ৭ খন
C. ১০ খন
(B) ৭ খন
মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা।
Q. পনীয়া সোণ বুলিলে কিহক বুজায়?
A. খনিজ তেলক/ পেট্ৰ'লিয়ামক
B. দেশৰ ছাত্ৰ - ছাত্ৰীক
C. ভূগৰ্ভৰ পানীক
(A) খনিজ তেলক/ পেট্ৰ'লিয়ামক
A. খনিজ তেলক/ পেট্ৰ'লিয়ামক
B. দেশৰ ছাত্ৰ - ছাত্ৰীক
C. ভূগৰ্ভৰ পানীক
(A) খনিজ তেলক/ পেট্ৰ'লিয়ামক
Q. সোণালী সূতা বুলিলে কিহক বুজায়?
A. কপাহক
B. মুগা সূতাক
C. মৰাপাটৰ সূতাক
(B) মুগা সূতাক
A. কপাহক
B. মুগা সূতাক
C. মৰাপাটৰ সূতাক
(B) মুগা সূতাক
Q. পৃথিৱীৰ মুঠ মাটিকালি কিমান?
A. প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ।
B. প্ৰায় ৬২০ নিযুত বৰ্গ কিলোমিটাৰ।
C. প্ৰায় ৭২০ নিযুত বৰ্গ কিলোমিটাৰ।
(A) প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ।
A. প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ।
B. প্ৰায় ৬২০ নিযুত বৰ্গ কিলোমিটাৰ।
C. প্ৰায় ৭২০ নিযুত বৰ্গ কিলোমিটাৰ।
(A) প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ।
Q. গড়হিচাপে মহাসাগৰৰ গভীৰতা কিমান?
A. ৩ হাজাৰ মিটাৰ।
B. ৪ হাজাৰ মিটাৰ।
C. ৬ হাজাৰ মিটাৰ।
(B) ৪ হাজাৰ মিটাৰ।
A. ৩ হাজাৰ মিটাৰ।
B. ৪ হাজাৰ মিটাৰ।
C. ৬ হাজাৰ মিটাৰ।
(B) ৪ হাজাৰ মিটাৰ।
Q. প্রশান্ত মহাসাগৰৰ দুটা দ্বীপ:
A. জাপান আৰু টাইৱান
B. শ্ৰীলংকা আৰু উত্তৰ কোৰিয়া
C. ফিলিপাইন আৰু ভূটান
(A) জাপান আৰু টাইৱান
A. জাপান আৰু টাইৱান
B. শ্ৰীলংকা আৰু উত্তৰ কোৰিয়া
C. ফিলিপাইন আৰু ভূটান
(A) জাপান আৰু টাইৱান
Q. Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
A. USA আৰু কানাডা
B. জৰ্ডান আৰু ইজৰাইল
C. তুৰ্কী আৰু ইজৰাইল
(B) জৰ্ডান আৰু ইজৰাইল
A. USA আৰু কানাডা
B. জৰ্ডান আৰু ইজৰাইল
C. তুৰ্কী আৰু ইজৰাইল
(B) জৰ্ডান আৰু ইজৰাইল
Q. Bermuda triangle নামৰ ৰহস্যময় ঠাই খন ক'ত অৱস্থিত?
A. আটলাণ্টিক মহাসাগৰ
B. প্ৰশান্ত মহাসাগৰ
C. ভূমধ্য সাগৰ (Mediterranean Sea)
(A) আটলাণ্টিক মহাসাগৰ
A. আটলাণ্টিক মহাসাগৰ
B. প্ৰশান্ত মহাসাগৰ
C. ভূমধ্য সাগৰ (Mediterranean Sea)
(A) আটলাণ্টিক মহাসাগৰ
Q. কোনখন দেশক ইউৰোপৰ খেলপথাৰ (Playground of Europe)বুলি কোৱা হয়?
A. আয়াৰলেণ্ড
B. চুইজাৰলেণ্ড
C. গ্ৰীণলেণ্ড
(B) চুইজাৰলেণ্ড
A. আয়াৰলেণ্ড
B. চুইজাৰলেণ্ড
C. গ্ৰীণলেণ্ড
(B) চুইজাৰলেণ্ড
Q. সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
A. ইৰাণ
B. জাপান
C. নৰৱে
(B) জাপান
A. ইৰাণ
B. জাপান
C. নৰৱে
(B) জাপান
Q. "অসমীয়া উপন্যাস সম্ৰাট" বুলিলে কাক বুজা যায় ?
A. অতুল চন্দ্ৰ হাজৰিকা
B. ৰজনীকান্ত বৰদলৈ
C. চৈয়দ আব্দুল মালিক
(B) ৰজনীকান্ত বৰদলৈ
A. অতুল চন্দ্ৰ হাজৰিকা
B. ৰজনীকান্ত বৰদলৈ
C. চৈয়দ আব্দুল মালিক
(B) ৰজনীকান্ত বৰদলৈ
Q. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
A. ঈয়াৰুঙ্গম
B. মৃত্যুঞ্জয়
C. দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
(B) মৃত্যুঞ্জয়
A. ঈয়াৰুঙ্গম
B. মৃত্যুঞ্জয়
C. দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
(B) মৃত্যুঞ্জয়
Q. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?
A. নলিনীবালা দেৱী
B. নিৰ্মলপ্ৰভা বৰদলৈ
C. মামণি ৰয়চম গোস্বামী
(A) নলিনীবালা দেৱী
A. নলিনীবালা দেৱী
B. নিৰ্মলপ্ৰভা বৰদলৈ
C. মামণি ৰয়চম গোস্বামী
(A) নলিনীবালা দেৱী
Q. বৰ্তমান (২০২৩-২৫) বৰ্ষৰ বাবে নিৰ্বাচিত অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম:
A. ড° সূর্যকান্ত হাজৰিকা
B. পৰমানন্দ ৰাজবংশী
C. ড° কুলধৰ শইকীয়া
(A) ড° সূর্যকান্ত হাজৰিকা
Click for latest updates
A. ড° সূর্যকান্ত হাজৰিকা
B. পৰমানন্দ ৰাজবংশী
C. ড° কুলধৰ শইকীয়া
(A) ড° সূর্যকান্ত হাজৰিকা
Click for latest updates
Q. শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়?
A. ১৫ আগষ্ট
B. ১০ ডিচেম্বৰ
C. ২৫ ডিচেম্বৰ
(B) ১০ ডিচেম্বৰ
প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোতেই শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হ’য়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যখনত চলিছিল বিদেশী খেদা আন্দোলন/ অসম আন্দোলন। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজে অসম আন্দোলনত নামি পৰিছিল। ৮৫৫জন লোক শ্বহীদ হৈছিল আৰু অৱশেষত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰিত হৈছিল। ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল।
A. ১৫ আগষ্ট
B. ১০ ডিচেম্বৰ
C. ২৫ ডিচেম্বৰ
(B) ১০ ডিচেম্বৰ
প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোতেই শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হ’য়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যখনত চলিছিল বিদেশী খেদা আন্দোলন/ অসম আন্দোলন। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজে অসম আন্দোলনত নামি পৰিছিল। ৮৫৫জন লোক শ্বহীদ হৈছিল আৰু অৱশেষত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰিত হৈছিল। ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল।
Q. অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক'ত আৰু কোন তাৰিখে হৈছিল?
A. যোৰহাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
B. গোলাঘাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
C. তেজপুৰত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
(A) যোৰহাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
A. যোৰহাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
B. গোলাঘাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
C. তেজপুৰত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
(A) যোৰহাটত, ১৮৩৫ চনৰ ১০ ডিচেম্বৰত
Q. ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
A. চি. ভি. ৰমণ
B. ড° এম. এচ. স্বামীনাথন
C. আৰ. ভেংকটস্বামী
(B) ড° এম. এচ. স্বামীনাথন
A. চি. ভি. ৰমণ
B. ড° এম. এচ. স্বামীনাথন
C. আৰ. ভেংকটস্বামী
(B) ড° এম. এচ. স্বামীনাথন
Q. বিশ্ব জল দিৱস:
A. ২০ মাৰ্চ
B. ২০ ফেব্ৰুৱাৰি
C. ২০ ডিচেম্বৰ
(A) ২০ মাৰ্চ
A. ২০ মাৰ্চ
B. ২০ ফেব্ৰুৱাৰি
C. ২০ ডিচেম্বৰ
(A) ২০ মাৰ্চ
Q. বিশ্ব পৰিবেশ দিৱস:
A. ১৫ জুন
B. ৫ জুন
C. ১৫ জুলাই
(B) ৫ জুন
A. ১৫ জুন
B. ৫ জুন
C. ১৫ জুলাই
(B) ৫ জুন
Q. ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস:
A. ২১ মাৰ্চ
B. ২৫ জানুৱাৰি
C. ৩০ জানুৱাৰি
(C) ৩০ জানুৱাৰি
A. ২১ মাৰ্চ
B. ২৫ জানুৱাৰি
C. ৩০ জানুৱাৰি
(C) ৩০ জানুৱাৰি
Q. বিশ্ব বন দিৱস:
A. ২১ মাৰ্চ
B. ৫ জুন
C. ৩০ জানুৱাৰি
(A) ২১ মাৰ্চ
A. ২১ মাৰ্চ
B. ৫ জুন
C. ৩০ জানুৱাৰি
(A) ২১ মাৰ্চ
Q. বিশ্ব স্বাস্থ্য দিৱস:
A. ৭ এপ্ৰিল
B. ৫ জুন
C. ৩০ জানুৱাৰি
(A) ৭ এপ্ৰিল
A. ৭ এপ্ৰিল
B. ৫ জুন
C. ৩০ জানুৱাৰি
(A) ৭ এপ্ৰিল
Q. বিশ্ব জনসংখ্যা দিৱস:
A. ৭ এপ্ৰিল
B. ১১ জুলাই
C. ৩০ জানুৱাৰি
(A) ১১ জুলাই
A. ৭ এপ্ৰিল
B. ১১ জুলাই
C. ৩০ জানুৱাৰি
(A) ১১ জুলাই
Q. ধপাত নিষিদ্ধ দিৱস:
A. ৩১ মে
B. ১১ জুলাই
C. ৩০ জানুৱাৰি
(A) ৩১ মে
A. ৩১ মে
B. ১১ জুলাই
C. ৩০ জানুৱাৰি
(A) ৩১ মে
Q. ১৯৮৪ চনৰ ২ ডিচেম্বৰ তাৰিখে ভূপাল গেচ দূৰ্ঘটনাত কোনবিধ বিষাক্ত গেচৰ কাৰণে প্ৰায় ৫১০০ জন লোক মৃত্যু মুখত পৰিছিল?
A. Carbon monoxide
B. Nitrogen oxides
C. Methyl isocyanate (MIC)
(C) Methyl isocyanate (MIC)
A. Carbon monoxide
B. Nitrogen oxides
C. Methyl isocyanate (MIC)
(C) Methyl isocyanate (MIC)
Q. শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
A. শাক্তধৰ্ম
B. একশৰণ নামধৰ্ম
C. জৈনধৰ্ম
(B) একশৰণ নামধৰ্ম
A. শাক্তধৰ্ম
B. একশৰণ নামধৰ্ম
C. জৈনধৰ্ম
(B) একশৰণ নামধৰ্ম
Q. মাধৱদেৱৰ নাটবোৰক কি বোলে?
A. ঝুমুৰা
B. অংকীয়া
C. প্ৰকৰণ
(A) ঝুমুৰা
A. ঝুমুৰা
B. অংকীয়া
C. প্ৰকৰণ
(A) ঝুমুৰা
Q. শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা:
A. ৬ খন
B. ৭ খন
C. ১৪ খন
(A) ৬ খন
A. ৬ খন
B. ৭ খন
C. ১৪ খন
(A) ৬ খন
Q. 'অসম সংগীত' টোৰ ৰচক:
A. লক্ষ্মীনাথ বেজবৰুৱা
B. জ্যোতিপ্ৰসাদ আগৰৱালা
C. মিত্ৰদেৱ মহন্ত
(C) মিত্ৰদেৱ মহন্ত
A. লক্ষ্মীনাথ বেজবৰুৱা
B. জ্যোতিপ্ৰসাদ আগৰৱালা
C. মিত্ৰদেৱ মহন্ত
(C) মিত্ৰদেৱ মহন্ত
Q. সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত "ইয়াত এখন অৰণ্য আছিল" উপন্যাস খন কাৰ দ্বাৰা বিৰচিত?
A. ৰীতা চৌধুৰী
B. অনুৰাধা শৰ্মা পূজাৰী
C. ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(B) অনুৰাধা শৰ্মা পূজাৰী
A. ৰীতা চৌধুৰী
B. অনুৰাধা শৰ্মা পূজাৰী
C. ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(B) অনুৰাধা শৰ্মা পূজাৰী
Q. অসমৰ সৰ্বপ্ৰথম সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত উপন্যাস "ঈয়াৰুইঙ্গম" খন কাৰ দ্বাৰা বিৰচিত?
A. ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
B. লক্ষ্মীনাথ বেজবৰুৱা
C. চৈয়দ আব্দুল মালিক
(A) ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
A. ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
B. লক্ষ্মীনাথ বেজবৰুৱা
C. চৈয়দ আব্দুল মালিক
(A) ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
Q. NEP, 2020 মানে?
A. National Education Policy, 2020
B. Nation Education Policy, 2020
C. New Education Policy, 2020
(A) National Education Policy, 2020
A. National Education Policy, 2020
B. Nation Education Policy, 2020
C. New Education Policy, 2020
(A) National Education Policy, 2020
Q. NIPUN ভাৰত মিচন , NIPUN মানে কি?
A. Foundational Literacy and Numeracy
B. National Initiative for Proficiency in Reading with Understanding and Numeracy
C. New Initiative for Proficiency in Reading with Understanding and Numeracy
(B) National Initiative for Proficiency in Reading with Understanding and Numeracy
A. Foundational Literacy and Numeracy
B. National Initiative for Proficiency in Reading with Understanding and Numeracy
C. New Initiative for Proficiency in Reading with Understanding and Numeracy
(B) National Initiative for Proficiency in Reading with Understanding and Numeracy
Q. ৰংঘৰ পকী কৰি কোনজনা আহোম ৰজাই সজাইছিল?
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(A) প্ৰমত্ত সিংহ
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(A) প্ৰমত্ত সিংহ
Q. আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল?
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(B) ৰুদ্ৰ সিংহ
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(B) ৰুদ্ৰ সিংহ
Q. ধোদৰ আলি কোনজন আহোম ৰজাৰ দিনত বন্ধোৱা হৈছিল?
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(C) গদাধৰ সিংহ
A. প্ৰমত্ত সিংহ
B. ৰুদ্ৰ সিংহ
C. গদাধৰ সিংহ
(C) গদাধৰ সিংহ
Q. নামদাং শিলৰ সাঁকো কাৰ দিনত নিৰ্মাণ কৰাইছিল?
A. ৰুদ্ৰসিংহ
B. প্ৰমত্ত সিংহ
C. গদাধৰ সিংহ
(A) ৰুদ্ৰসিংহ
A. ৰুদ্ৰসিংহ
B. প্ৰমত্ত সিংহ
C. গদাধৰ সিংহ
(A) ৰুদ্ৰসিংহ
Q. জয়সাগৰ কোনে খন্দাইছিল?
A. গদাধৰ সিংহ
B. ৰুদ্ৰসিংহ
C. শিৱসংহ
(B) ৰুদ্ৰসিংহ
A. গদাধৰ সিংহ
B. ৰুদ্ৰসিংহ
C. শিৱসংহ
(B) ৰুদ্ৰসিংহ
Q. গড়গাঁৱত থকা কাৰেংঘৰটো কাৰ দিনত নিৰ্মিত?
A. শিৱসিংহ
B. ৰুদ্ৰসিংহ
C. ৰাজেশ্বৰ সিংহ
(C) ৰাজেশ্বৰ সিংহ
A. শিৱসিংহ
B. ৰুদ্ৰসিংহ
C. ৰাজেশ্বৰ সিংহ
(C) ৰাজেশ্বৰ সিংহ
Q. পৃথিৱীৰ ভিতৰত সৰ্বাধিক দীঘল নৈ হ'ল ---
A. মিচিচিপি
B. নীল
C. গংগা
(B) নীল
A. মিচিচিপি
B. নীল
C. গংগা
(B) নীল
Q. পৃথিৱীৰ সৰ্ববৃহত ব-দ্বীপ হৈছে --
A. সুন্দৰবন
B. মাজুলী
C. লাক্ষাদ্বীপ
(A) সুন্দৰবন
A. সুন্দৰবন
B. মাজুলী
C. লাক্ষাদ্বীপ
(A) সুন্দৰবন
Q. অসমত আহোম ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হয়?
A. ১২২৮ খ্ৰী:
B. ১২১২ খ্ৰী:
C. ১২৫৩ খ্ৰী:
(A) ১২২৮ খ্ৰী:
A. ১২২৮ খ্ৰী:
B. ১২১২ খ্ৰী:
C. ১২৫৩ খ্ৰী:
(A) ১২২৮ খ্ৰী:
Q. কোন ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলে 'স্বৰ্গদেউ' উপাধিৰে বিভূষিত হয়?
A. চুতেওফা
B. চুহুংমুং
C. চুখ্ৰাংফা/ দিহিঙীয়া ৰজা
(C) চুখ্ৰাংফা/ দিহিঙীয়া ৰজা
A. চুতেওফা
B. চুহুংমুং
C. চুখ্ৰাংফা/ দিহিঙীয়া ৰজা
(C) চুখ্ৰাংফা/ দিহিঙীয়া ৰজা
Q. "কীৰ্ত্তন" ৰ ৰচক কোন?
A. মহাপুৰুষ শংকৰদেৱ
B. মহাপুৰুষ মাধৱদেৱ
C. ভট্টদেৱ
(A) মহাপুৰুষ শংকৰদেৱ
A. মহাপুৰুষ শংকৰদেৱ
B. মহাপুৰুষ মাধৱদেৱ
C. ভট্টদেৱ
(A) মহাপুৰুষ শংকৰদেৱ
Q. চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?
A. বিজুলী
B. জোনাকী
C. মৌ
(B) জোনাকী
A. বিজুলী
B. জোনাকী
C. মৌ
(B) জোনাকী
Q. বিজুলী কাকতৰ সম্পাদক কোন আছিল?
A. পদ্মনাথ গোহাঞিবৰুৱা
B. গুণাভিৰাম বৰুৱা
C. অম্বিকাগিৰী ৰায়চৌধুৰী
(A) পদ্মনাথ গোহাঞিবৰুৱা
A. পদ্মনাথ গোহাঞিবৰুৱা
B. গুণাভিৰাম বৰুৱা
C. অম্বিকাগিৰী ৰায়চৌধুৰী
(A) পদ্মনাথ গোহাঞিবৰুৱা
Q. গুৱাহাটী পৌৰ নিগম কোন বছৰত স্থাপন কৰা হয় ?
A. ১৯৭২
B. ১৯৭৪
C. ১৯৭৫
(B) ১৯৭৪
A. ১৯৭২
B. ১৯৭৪
C. ১৯৭৫
(B) ১৯৭৪
Q. চৰকাৰৰ প্ৰধান অংগ কেইটা?
A. তিনিটা
B. চাৰিটা
C. দহটা
(A) তিনিটা
A. তিনিটা
B. চাৰিটা
C. দহটা
(A) তিনিটা
Q. কোনখন সংবিধান অলিখিত?
A. ভাৰতৰ সংবিধান
B. আমেৰিকাৰ সংবিধান
C. ইংলেণ্ডৰ সংবিধান
(C) ইংলেণ্ডৰ সংবিধান
A. ভাৰতৰ সংবিধান
B. আমেৰিকাৰ সংবিধান
C. ইংলেণ্ডৰ সংবিধান
(C) ইংলেণ্ডৰ সংবিধান
Q. সংবিধান কেতিয়া গৃহিত হৈছিল?
A. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
B. ১৯৫০ চনৰ ২৬ জানুৱাৰী
C. ১৯৪৭ চনৰ ১৫ আগষ্ট
(A) ১৯৪৯ চনৰ ২৬ নবেম্বৰ
A. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
B. ১৯৫০ চনৰ ২৬ জানুৱাৰী
C. ১৯৪৭ চনৰ ১৫ আগষ্ট
(A) ১৯৪৯ চনৰ ২৬ নবেম্বৰ
Q. গণৰাজ্যৰ অৰ্থ কি?
A. উত্তৰাধিকাৰী মুৰব্বী
B. নিৰ্বাচিত মুৰব্বী
C. মনোনীত মুৰব্বী
(B) নিৰ্বাচিত মুৰব্বী
A. উত্তৰাধিকাৰী মুৰব্বী
B. নিৰ্বাচিত মুৰব্বী
C. মনোনীত মুৰব্বী
(B) নিৰ্বাচিত মুৰব্বী
Q. সংবিধান কোনে ৰচনা কৰিছিল?
A. ড° বি আৰ অম্বেদকৰ
B. কেন্দ্ৰীয় চৰকাৰ
C. সংবিধান সভা
(C) সংবিধান সভা
A. ড° বি আৰ অম্বেদকৰ
B. কেন্দ্ৰীয় চৰকাৰ
C. সংবিধান সভা
(C) সংবিধান সভা
Q. সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয়?
A. ১৯৪৭ চনৰ ১৫ আগষ্ট
B. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
C. ১৯৫০ চনৰ ২৬ জানুৱাৰি
(C) ১৯৫০ চনৰ ২৬ জানুৱাৰি
A. ১৯৪৭ চনৰ ১৫ আগষ্ট
B. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
C. ১৯৫০ চনৰ ২৬ জানুৱাৰি
(C) ১৯৫০ চনৰ ২৬ জানুৱাৰি
Q. সংবিধান সভাৰ সভাপতি কোন আছিল?
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
Q. সংবিধান কোনে স্বাক্ষৰ কৰিছিল?
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
Q. সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(A) ড° বি আৰ অম্বেদকৰ
A. ড° বি আৰ অম্বেদকৰ
B. ড° ৰাজেন্দ্ৰ প্ৰসাদ
C. মহাত্মা গান্ধী
(A) ড° বি আৰ অম্বেদকৰ
Q. খছৰা সংবিধান কেতিয়া স্বাক্ষৰিত হৈছিল?
A. ১৯৫০ চনৰ ২৬ জানুৱাৰী
B. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
C. ১৯৪৭ চনৰ ১৫ আগষ্ট
(B) ১৯৪৯ চনৰ ২৬ নবেম্বৰ
A. ১৯৫০ চনৰ ২৬ জানুৱাৰী
B. ১৯৪৯ চনৰ ২৬ নবেম্বৰ
C. ১৯৪৭ চনৰ ১৫ আগষ্ট
(B) ১৯৪৯ চনৰ ২৬ নবেম্বৰ
Q. খছৰা সমিতিত কিমানজন সদস্য আছিল?
A. ৫ জন
B. ৬ জন
C. ৭ জন
(C) ৭ জন
A. ৫ জন
B. ৬ জন
C. ৭ জন
(C) ৭ জন
Q. সংবিধানৰ কিমানতম সংশোধনীৰ যোগেদি সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ কেইটা সংযোজন কৰা্হৈছিল?
A. ৪২ তম
B. ৪৩ তম
C. ৪৪ তম
(A) ৪২ তম
A. ৪২ তম
B. ৪৩ তম
C. ৪৪ তম
(A) ৪২ তম
Q. ভাৰতীয় সংবিধানত প্ৰাৰম্ভিকতে কিমানটা অনুচ্ছেদ আছিল?
A. ৩৯৫ টা
B. ৪৪৮ টা
C. ৪৫০ টা
(A) ৩৯৫ টা
A. ৩৯৫ টা
B. ৪৪৮ টা
C. ৪৫০ টা
(A) ৩৯৫ টা
Q. সংবিধান খন কিমানটা পদ্ধতিৰে সংশোধন কৰা হয়?
A. এটা
B. দুটা
C. তিনিটা
(C) তিনিটা
A. এটা
B. দুটা
C. তিনিটা
(C) তিনিটা
Q. মৌলিক অধিকাৰ কেইটা?
A. ৫ টা
B. ৬ টা
C. ৭ টা
(B) ৬ টা
A. ৫ টা
B. ৬ টা
C. ৭ টা
(B) ৬ টা
Q. জালিৱানাবাগৰ হত্যা সংঘটিত হৈছিল ____
A. ১৩ এপ্ৰিল, ১৯১৯
B. ১০ এপ্ৰিল, ১৯১৯
C. ১৩ এপ্ৰিল, ১৯২০
(A) ১৩ এপ্ৰিল, ১৯১৯
A. ১৩ এপ্ৰিল, ১৯১৯
B. ১০ এপ্ৰিল, ১৯১৯
C. ১৩ এপ্ৰিল, ১৯২০
(A) ১৩ এপ্ৰিল, ১৯১৯
Q. অসহযোগ আন্দোলন আৰম্ভ হয় --
A. ১৮১৭-১৮
B. ১৮১৯-২০
C. ১৯২০-২১
(C) ১৯২০-২১
A. ১৮১৭-১৮
B. ১৮১৯-২০
C. ১৯২০-২১
(C) ১৯২০-২১
Q. আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় ?
A. ৰাজা ৰামমোহন ৰায়
B. স্বামী বিবেকানন্দ
C. মহাত্মা গান্ধী
(A) ৰাজা ৰামমোহন ৰায়
A. ৰাজা ৰামমোহন ৰায়
B. স্বামী বিবেকানন্দ
C. মহাত্মা গান্ধী
(A) ৰাজা ৰামমোহন ৰায়
Q. ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল ---
A. ১৮৮৫
B. ১৯০৫
C. ১৯৮৫
(A) ১৮৮৫
A. ১৮৮৫
B. ১৯০৫
C. ১৯৮৫
(A) ১৮৮৫
Q. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল?
A. এলেন অ'ক্টোভিয়াম হিউম
B. মহাত্মা গান্ধী
C. উমেশ চন্দ্ৰ বেনাৰ্জী
(A) এলেন অ'ক্টোভিয়াম হিউম
A. এলেন অ'ক্টোভিয়াম হিউম
B. মহাত্মা গান্ধী
C. উমেশ চন্দ্ৰ বেনাৰ্জী
(A) এলেন অ'ক্টোভিয়াম হিউম
Q. কিমান চনত অসহযোগ আন্দোলন বন্ধ কৰি দিছিল?
A. ১৯২০
B. ১৯২১
C. ১৯২২
(C) ১৯২২
A. ১৯২০
B. ১৯২১
C. ১৯২২
(C) ১৯২২
Q. লণ্ডনত ঘূৰণীয়া মেজমেল কেইবাৰ হৈছিল?
A. এবাৰ
B. দুবাৰ
C. তিনিবাৰ
(C) তিনিবাৰ
A. এবাৰ
B. দুবাৰ
C. তিনিবাৰ
(C) তিনিবাৰ
Q. অসম এছ'চিয়েচনৰ জন্ম হয়---
A. ১৯০৩
B. ১৮৮৫
C. ১৮৫৭
(A) ১৯০৩
A. ১৯০৩
B. ১৮৮৫
C. ১৮৫৭
(A) ১৯০৩
Q. অসম প্ৰাদেশিক কংগ্ৰেছৰ জন্ম হয় --
A. ১৯০৩
B. ১৯২১
C. ১৯৫০
(B) ১৯২১
A. ১৯০৩
B. ১৯২১
C. ১৯৫০
(B) ১৯২১
Q. গান্ধীজীয়ে প্ৰথম অসম ভ্ৰমন কৰিছিল ---
A. ১৯২১
B. ১১৯২০
C. ১৯০৩
(A) ১৯২১
A. ১৯২১
B. ১১৯২০
C. ১৯০৩
(A) ১৯২১
Q. বক্সাৰ যুদ্ধ কেতিয়া হৈছিল ?
A. ১৮২৬ চনত
B. ১৭৫৭ চনত
C. ১৭৬৪ চনত
(C) ১৭৬৪ চনত
A. ১৮২৬ চনত
B. ১৭৫৭ চনত
C. ১৭৬৪ চনত
(C) ১৭৬৪ চনত
Q. কলিকতাত উচ্চতম ন্যায়ালয় কেতিয়া স্থাপন হৈছিল ?
A. ১৭৫৮ চনত
B. ১৭৭৪ চনত
C. ১৮৮৫ চনত
(B) ১৭৭৪ চনত
A. ১৭৫৮ চনত
B. ১৭৭৪ চনত
C. ১৮৮৫ চনত
(B) ১৭৭৪ চনত
Q. ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল?
A. স্বামী বিবেকানন্দ
B. ৰামকৃষ্ণ পৰমহংস
C. ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(A) স্বামী বিবেকানন্দ
A. স্বামী বিবেকানন্দ
B. ৰামকৃষ্ণ পৰমহংস
C. ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(A) স্বামী বিবেকানন্দ
Q. আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল ?
A. স্বামী বিবেকানন্দ
B. স্বামী দয়ানন্দ সৰস্বতী
C. ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(B) স্বামী দয়ানন্দ সৰস্বতী
A. স্বামী বিবেকানন্দ
B. স্বামী দয়ানন্দ সৰস্বতী
C. ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(B) স্বামী দয়ানন্দ সৰস্বতী
Q. পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে?
A. গাও
B. চহৰ
C. মহানগৰ
(A) গাও
A. গাও
B. চহৰ
C. মহানগৰ
(A) গাও
Q. কিমান চনৰ সংবিধান সংশোধনীৰ যোগেদ জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল?
A. ১৯৭৩ চনৰ
B. ১৯৮৫ চনৰ
C. ১৯৯৪ চনৰ
(A) A. ১৯৭৩ চনৰ
A. ১৯৭৩ চনৰ
B. ১৯৮৫ চনৰ
C. ১৯৯৪ চনৰ
(A) A. ১৯৭৩ চনৰ
Q. কামৰূপ নামটো কেতিয়াৰ পৰা প্ৰচলিত হয়?
A. চতুৰ্থ শতিকাৰ পৰা
B. পঞ্চম শতিকাৰ পৰা
C. ত্ৰয়োদশ শতিকাৰ পৰা
(A) চতুৰ্থ শতিকাৰ পৰা
A. চতুৰ্থ শতিকাৰ পৰা
B. পঞ্চম শতিকাৰ পৰা
C. ত্ৰয়োদশ শতিকাৰ পৰা
(A) চতুৰ্থ শতিকাৰ পৰা
Q. প্ৰাগৈতিহাসিক অসমৰ নাম কি আছিল?
A. কামৰূপ
B. প্ৰাগজ্যোতিষপুৰ
C. কমতাপুৰ
(B) প্ৰাগজ্যোতিষপুৰ
A. কামৰূপ
B. প্ৰাগজ্যোতিষপুৰ
C. কমতাপুৰ
(B) প্ৰাগজ্যোতিষপুৰ
Q. কালিকাপুৰাণ কেতিয়া ৰচিত হৈছিল ?
A. চতুৰ্থ শতিকাত
B. সপ্তম শতিকাত
C. দশম শতিকাত
(C) দশম শতিকাত
A. চতুৰ্থ শতিকাত
B. সপ্তম শতিকাত
C. দশম শতিকাত
(C) দশম শতিকাত
Q. প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল---
A. মহীৰংগ দানব
B. নৰকাসুৰ
C. হতকাসুৰ
(A) মহীৰংগ দানব
A. মহীৰংগ দানব
B. নৰকাসুৰ
C. হতকাসুৰ
(A) মহীৰংগ দানব
Q. নৰকাসুৰে প্ৰতিষ্ঠ কৰা বংশটোৰ নাম কি আছিল?
A. ভৌম বংশ
B. দানৱ বংশ
C. অসুৰ বংশ
(A) ভৌম বংশ
A. ভৌম বংশ
B. দানৱ বংশ
C. অসুৰ বংশ
(A) ভৌম বংশ
Q. প্ৰাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকী হ'ল --
A. নৰকাসুৰ
B. মহীৰংগ দানৱ
C. বজ্ৰদত্ত
(A) নৰকাসুৰ
A. নৰকাসুৰ
B. মহীৰংগ দানৱ
C. বজ্ৰদত্ত
(A) নৰকাসুৰ
Q. নৰকাসুৰে বিবাহৰ প্ৰস্তাব দিয়া দেৱী গৰাকী আছিল--
A. কামাখ্যা দেৱী
B. তাম্ৰেশ্বৰী
C. দেৱী দূৰ্গা
(A) কামাখ্যা দেৱী
A. কামাখ্যা দেৱী
B. তাম্ৰেশ্বৰী
C. দেৱী দূৰ্গা
(A) কামাখ্যা দেৱী
Q. কিংবদন্তি মতে ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল?
A. অৰ্জুনে
B. দুৰ্যোধনে
C. যুধিষ্ঠিৰে
(B) দুৰ্যোধনে
A. অৰ্জুনে
B. দুৰ্যোধনে
C. যুধিষ্ঠিৰে
(B) দুৰ্যোধনে
Q. ঊষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত?
A. বাণৰজা
B. ভীষ্মক
C. ঘটোৎকোচ
(A) বাণৰজা
A. বাণৰজা
B. ভীষ্মক
C. ঘটোৎকোচ
(A) বাণৰজা
Q. অগ্নিগড় কোনে সজাইছিল?
A. বাণৰজা
B. বজ্ৰদত্ত
C. কুম্ভাণ্ড
(B) বাণৰজা
A. বাণৰজা
B. বজ্ৰদত্ত
C. কুম্ভাণ্ড
(B) বাণৰজা
Q. ভীষ্মক ৰজাৰ জীয়েকৰ নাম আছিল?
A. ৰুক্মিণী
B. ঊষা
C. হিড়িম্বা
(A) ৰুক্মিণী
A. ৰুক্মিণী
B. ঊষা
C. হিড়িম্বা
(A) ৰুক্মিণী
Q. বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
A. ভাস্কৰ বৰ্মন
B. পুষ্য বৰ্মন
C. বল বৰ্মন
(B) পুষ্য বৰ্মন
A. ভাস্কৰ বৰ্মন
B. পুষ্য বৰ্মন
C. বল বৰ্মন
(B) পুষ্য বৰ্মন
Q. কামৰূপৰ বিষয়ে টোকা লিখা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি?
A. হৰ্ষচৰিত
B. ফু-কু-কি
C. চি - উ- কি
(C) চি - উ- কি
A. হৰ্ষচৰিত
B. ফু-কু-কি
C. চি - উ- কি
(C) চি - উ- কি
Q. কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন?
A. ব্ৰহ্মপাল
B. ধৰ্মপাল
C. জয়পাল
(A) ব্ৰহ্মপাল
A. ব্ৰহ্মপাল
B. ধৰ্মপাল
C. জয়পাল
(A) ব্ৰহ্মপাল
Q. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?
A. বিশ্বসিংহ
B. নৰনাৰায়ন
C. চিলাৰায়
(A) বিশ্বসিংহ
A. বিশ্বসিংহ
B. নৰনাৰায়ন
C. চিলাৰায়
(A) বিশ্বসিংহ
Q. কোচ ৰাজ্যৰ শ্ৰষ্ঠ ৰজা কোন আছিল?
A. নৰনাৰায়ণ
B. বিশ্বসিংহ
C. পৰীক্ষিত নাৰায়ণ
(A) নৰনাৰায়ণ
A. নৰনাৰায়ণ
B. বিশ্বসিংহ
C. পৰীক্ষিত নাৰায়ণ
(A) নৰনাৰায়ণ
Q. চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
A. বীৰ পাল
B. বিজয়ধ্বজ পাল
C. ৰত্নধ্বজ পাল
(A) বীৰ পাল
A. বীৰ পাল
B. বিজয়ধ্বজ পাল
C. ৰত্নধ্বজ পাল
(A) বীৰ পাল
Q. ৰেগুলেতিং এক্ট কেতিয়া প্ৰবৰ্তন কৰা হৈছিল?
A. ১৮৫৭ চনত
B. ১৭৭৩ চনত
C. ১৭৮৪ চনত
(B) ১৭৭৩ চনত
A. ১৮৫৭ চনত
B. ১৭৭৩ চনত
C. ১৭৮৪ চনত
(B) ১৭৭৩ চনত
Q. কোনখন আইনে পোন প্ৰথমবাৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰত শাসনৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ নিয়ন্ত্ৰণ স্থাপন কৰিছিল?
A. ৰেগুলেটিং আইন , ১৭৭৩ ত
B. ভাৰত চৰকাৰ আইন, ১৮৫৮
C. পিটৰ ভাৰত আইন, ১৭৮৪
(A) ৰেগুলেটিং আইন , ১৭৭৩ ত
A. ৰেগুলেটিং আইন , ১৭৭৩ ত
B. ভাৰত চৰকাৰ আইন, ১৮৫৮
C. পিটৰ ভাৰত আইন, ১৭৮৪
(A) ৰেগুলেটিং আইন , ১৭৭৩ ত
Q. ভাৰতৰ প্ৰথমজন গবৰ্ণৰ জেনেৰেল কোন আছিল?
A. লৰ্ড কেনিং
B. ওৱাৰেন হেষ্টিংচ
C. ৰবাৰ্ট ক্লাইৱ
(B) ওৱাৰেন হেষ্টিংচ
A. লৰ্ড কেনিং
B. ওৱাৰেন হেষ্টিংচ
C. ৰবাৰ্ট ক্লাইৱ
(B) ওৱাৰেন হেষ্টিংচ
Q. কোনখন আইনে বংগৰ গৱৰ্ণৰ জনক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিয়ুক্তি দিয়ে--
A. ৰেগুলেটিং আইন
B. পিটৰ ভাৰত আইন
C. চনদ আইন, ১৮১৩
(A) ৰেগুলেটিং আইন
A. ৰেগুলেটিং আইন
B. পিটৰ ভাৰত আইন
C. চনদ আইন, ১৮১৩
(A) ৰেগুলেটিং আইন
Q. কোনজন গৱৰ্ণৰ জেনেৰেলৰ সময়ত ১৮৫৭ চনৰ বিদ্ৰোহ সংঘটিত হৈছিল?
A. লৰ্ড ডেলহাউচী
B. লৰ্ড কেনিং
C. ওৱাৰেন হেষ্টিংচ
(B)
A. লৰ্ড ডেলহাউচী
B. লৰ্ড কেনিং
C. ওৱাৰেন হেষ্টিংচ
(B)
Q. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম ছহিদ কোন?
A. মনিৰাম দেৱান
B. নানা চাহেব
C. মংগল পাণ্ডে
(C) মংগল পাণ্ডে
A. মনিৰাম দেৱান
B. নানা চাহেব
C. মংগল পাণ্ডে
(C) মংগল পাণ্ডে
Q. কোন চনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনিৰ শাসনৰ অন্ত পৰিছিল?
A. ১৮৫৮
B. ১৮৫৭
C. ১৯৪৭
(A) ১৮৫৮
A. ১৮৫৮
B. ১৮৫৭
C. ১৯৪৭
(A) ১৮৫৮